--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাই থাকিলে চাই থাকিবৰ মন যোৱা এক দৃশ্য। সৌৰজগতৰ নটা গ্ৰহৰ ভিতৰৰে এটা হৈছে শনি গ্ৰহ। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হিচাবে পৰিচিত শনি গ্ৰহ এইবাৰ দেখা গ’ল দিল্লীৰ আকাশত।  

শেহতীয়াকৈ  ইণ্টাৰনেটত দিল্লীৰ আকাশত দেখা শনি গ্ৰহৰ  ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত শনি গ্ৰহ  দিল্লীৰ পৰা স্পষ্টভাৱে দৃশ্যমান হৈছে।  ভিডিঅ'টোৱে এতিয়া বহুতকে  আচৰিত কৰি তুলিছে । 


চমু ক্লিপটোত  শনি গ্ৰহই চলাচল কৰাও ধৰা পৰিছে। গ্ৰহটোৰ   ৰিংবোৰো   সুন্দৰভাবে দেখা গৈছে। ভিডিঅ’টো আপলোড কৰাজনে দাবী কৰিছে  যে ভিডিঅ'টো পুৱতি নিশা  প্ৰায় ১:৩০ বজাত জিএছঅ' ১২ ইঞ্চিৰ ডবছনিয়ানত লগোৱা এটা আইফোন ১৪ প্ৰ'ৰ জড়িয়তে  লোৱা হৈছিল।

  ভিডিঅ'টো তৎক্ষণাৎ ভাইৰেল হৈ পৰিছে  ।  উল্লেখ্য শনি গ্ৰহটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক