--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে পৰীক্ষাৰ সময়ত এগৰাকী মহিলাৰ কেৰী বেগত ৪ ফুট দীঘল সাপ উদ্ধাৰ কৰিলে৷ তাৰপাছতে সৃষ্টি হয় চৰম কৌতূহলৰ। কেনেকৈ কেৰী বেগত সাপ উলাল?

মহিলাগৰাকীয়ে বিমানত যাত্ৰা কৰোতে সাপডাল লগত লৈ যাব বিচাৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীৰ পৰীক্ষাৰ সময়ত সাপডাল ধৰা পৰে৷

আমেৰিকাৰ টাম্পা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই চাঞ্চল্যজনক ঘটনাটো। যোৱা  ১৫ ডিচেম্বৰত সংঘটিত হোৱা ঘটনাটোৰ ছৱি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বেগটোৰ ভিতৰত লুকাই থকা সাপটো ছবিখনত দেখুওৱা হৈছে। বেগটো পৰীক্ষাৰ বাবে যেতিয়া স্কেনিং মেচিনত ৰাখিছিল, তেতিয়াহে পোহৰলৈ আহিছিল সাপডালৰ কথা। জানিব পৰা মতে মহিলাগৰাকীয়ে নিজৰ কেৰী বেগত ৪ ফুট দীঘল সাপ লুকুৱাই ৰাখিছিল৷ পৰিবহণ নিৰাপত্তা প্ৰশাসনে চিকিউৰিটি চেকৰ সময়ত তোলা এক্স-ৰে ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

সাপডাল ব’য়া কনষ্ট্ৰিক্টৰ প্ৰজাতিৰ বুলি জনা গৈছে। সাপডাল বিষহীন। মহিলাগৰাকীৰ বেগত লুকাই থকা সাপটো দেখি বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ ভয়ত বুকু কঁপি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ