--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিমানবন্দৰত কোকেইন সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰে এজন বিদেশী যাত্ৰী। উদ্ধাৰ হোৱা কোকেইনৰ বজাৰ মূল্য ১১ কোটি টকা। দেওবাৰে পোহৰলৈ আহে এই ঘটনা।

সংবাদ সংস্থা পিটিআইৰ মতে, ১৮ জুনত ইথিওপিয়াৰ আদিছ আবাবাৰ পৰা দিল্লীলৈ উভতি আহিছিল গিনি বিছাউৰ এজন নাগৰিক। দিল্লী বিমানবন্দৰত তালাচীৰ সময়তে ধৰা পৰে মহিলাগৰাকী। তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীয়ে ৫৯টা কোকেইন কেপচুল গিলি পেলোৱা বুলি জানিব পাৰে।

ইয়াৰ পিছতে মহিলা যাত্ৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে তেওঁৰ পেটৰ পৰা কোকেইন উলিয়াই দিয়া হ’ল। উদ্ধাৰ হৈছে ৭২৪ গ্ৰাম কোকেইন। পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

বিমানবন্দৰত ড্ৰাগছ উদ্ধাৰৰ এনে ঘটনা কেইবাবাৰো পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে মুম্বাই বিমানবন্দৰত ২৮ কোটি টকাৰ কোকেইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। সংবাদ সংস্থা এএনআইৰ মতে, ড্ৰাগছটো এটা বেগৰ তলত লুকুৱাই ৰাখিছিল। সেইবাৰ যাত্ৰীজনৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় তিনি কেজি ড্ৰাগছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস