--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ শিৰোনামালৈ আহিছে মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুক৷ জানিব পৰা মতে, ফেচবুকৰ অনেক ব্যৱহাৰকাৰীয়ে কোনো কাৰণ নোহোৱাকৈ নিজৰ ফলোৱাৰ্ছ হেৰুৱাইছে৷

আনকি মেটাৰ চিইঅ’ তথা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গো ইয়াৰ ভুক্তভোগী হৈছে৷ জুকাৰবাৰ্গে ১১৯ মিলিয়ন ফলোৱাৰ্ছ হেৰুৱাইছে৷ যাৰ ফলস্বৰূপে এতিয়া তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা হৈ পৰিছে ১০,০০০ৰো তলত৷ 

বাংলাদেশৰ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিনে এটা টুইটযোগে লিখে যে তেওঁ ৯০০,০০০জন ফলোৱাৰ্ছ হেৰুৱাইছে৷ কেৱল ৯০০০ জন ফলোৱাৰ্ছহে এতিয়া বাকী আছে৷ তছলিমাই ইয়াক ‘ফেচবুকৰ কমেডি’ হিচাপে আখ্যা দিছে৷

এই সম্পৰ্কে মেটাৰ এজন মুখপাত্ৰই কয় যে সমগ্ৰ বিষয়টো লৈ তেওঁলোক উদ্বীগ্ন৷ ভুক্তভোগীসকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা কৰি তেওঁ কয় যে অতিশ্ৰীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক