--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুপট্তুৰ জিলাত  সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। এক উপহাৰ বিতৰণ অনুষ্ঠানত হোৱা ব্যাপক সমাগমৰ ফলত পদপিষ্টহৈ প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী মহিলাই। এই ঘটনাত লগতে আন ১০ গৰাকী মহিলাও আহত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, থাইপুছম উৎসৱ উপলক্ষে বিনামূলীয়াকৈ শাড়ী আৰু ধূতি প্ৰদানৰ উদ্দেশ্যে স্থানীয় এগৰাকী ব্যৱসায়ী তথা সমাজকৰ্মীয়ে আয়োজন কৰিছিল এই অনুষ্ঠানৰ।

তিৰুপট্তুৰ জিলাৰ ভানিয়াম্বাদী অঞ্চলত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰায় ৫০০ গৰাকী মহিলা উপহাৰ গ্ৰহণৰ বাবে সমবেত হৈছিল।

উপহাৰ ল’বলৈ সমবেত মহিলাসকলে হেতা-উপৰা কৰাৰ লগে লগে ব্যাপক অস্থিৰতাৰ সৃষ্টি হয় আৰু এই হেঁচা-ঠেলাত চাৰিগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাত প্ৰায় ১৫ গৰাকী মহিলা আহত হোৱা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক চিকিৎসাৰ বাবে স্থানীয় ভানিয়াম্বাদী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক