--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ কেইবাটাও বিৰোধী দলে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান বৰ্জন কৰাৰ সময়তে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা আপৰ সাংসদ হৰভজন সিঙৰ ঘোষণা— 
‘ঈশ্বৰক বিশ্বাস কৰা এগৰাকী ব্যক্তি হিচাপে মই সেই অনুষ্ঠানত উপস্থিত থাকিম৷’ শনিবাৰে হৰভজন সিঙে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে তেওঁ অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব৷

বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰা প্ৰসংগত তেওঁ কয়, সেই অনুষ্ঠানলৈ কোনে যাব বিচাৰে অথবা যাবলৈ নিবিচাৰে, সেয়া মোৰ বিচাৰ্য বিষয় নহয়৷ কিন্তু মই নিশ্চিতভাৱে যাম। যদি মই ৰাম মন্দিৰলৈ যোৱাত কাৰোবাৰ সমস্যা হয়, তেওঁলোকে যি বিচাৰে সেয়া কৰিব পাৰে৷

উল্লেখযোগ্য যে বিৰোধী দলসমূহে ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ মাজতে হৰভজনে এই মন্তব্য কৰিছে৷ তেওঁ লগতে কয় যে বিজেপিয়ে অনুষ্ঠানটোক লৈ ৰাজনীতি কৰিছে৷

তেওঁ কয়, এই সময়ত এই মন্দিৰটো নিৰ্মাণ কৰাটো আমাৰ সৌভাগ্য, সেয়েহে আমি সকলোৱে তালৈ গৈ ভগৱান ৰামচন্দ্ৰৰ পৰা আশীৰ্বাদ লাভ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক