--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে লাভ কৰিছিল বিশেষাধিকাৰ ভংগৰ জাননী৷ ৰাহুল গান্ধীয়ে এই জাননীৰ উত্তৰ দিছে৷

ৰাষ্ট্ৰপতিৰ ধন্যবাদ প্ৰস্তাৱক লৈ লোকসভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ‘অসংসদীয়’ মন্তব্য কৰা বুলি অভিযোগ উঠিছিল৷ কংগ্ৰেছ সাংসদগৰাকীয়ে বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিশেষাধিকাৰ প্ৰস্তাৱৰ জৰিয়তে তেওঁলৈ প্ৰেৰণ কৰা জাননীৰ উত্তৰ প্ৰদান কৰিছে বুলি কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ 

কেন্দ্ৰীয় মন্ত্ৰী যোশী আৰু বিজেপি সাংসদ ডুবেই নিম্ন সদনত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিয়া বিভ্ৰান্তিমূলক, অপমানজনক, অসংসদীয় শব্দ ব্যৱহাৰ কৰা বুলি অভিযোগ দিয়াত লোকসভাৰ সচিবালয়ে ১৫  ফেব্ৰুৱাৰীৰ ভিতৰত বিশেষাধিকাৰ ভংগৰ জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক