--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ পৰা এই সপ্তাহতে ভাৰতলৈ অনা হ’ব আৰু ১২টা চিতা৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ মন্ত্ৰণালয়ৰ সদৰী কৰিছে এই তথ্য৷ 

এই ১২টাৰ পাঁচজনী মাইকী চিতা৷ ভাৰতীয় বায়ু সেনাৰ ব’য়িং চি চেভেণ্টিন গ্লোব মাষ্টাৰৰ যোগেদি জোহানেছবাৰ্গৰ পৰা চিতাকেইটা আনি থকা হৈছে৷ 

শুকুৰবাৰে চিতাকেইটা গোৱালিয়ৰ পাব আৰু তাৰ পাছত আটাইকেইটা চিতাকে মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হ'ব৷ পাঁচ বছৰত ৫০টা চিতা ভাৰতৰ অৰণ্যত মেলি দিয়া আঁচনিৰ এয়া দ্বিতীয় পৰ্ব৷ ইয়াৰ পূৰ্বে নামিবিয়াৰ পৰা ৮টা চিতা অনা হৈছিল ছেপ্টেম্বৰত৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক