--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপ বুলিলেই বহুতে সাত জাঁপ মাৰে।  কিন্তু তেনে এবিধ অতি বিষাক্ত সাপৰ সৈতেই  এটি শিশুৱে খেলি থকাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শিশুটিয়ে খেলি থকা সাপ বিধ  পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপবোৰৰ ভিতৰৰে এবিধ।  সেই ভয়ানক দৃশ্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে  বহুতে  সেই দৃশ্য দেখি আচৰিত হৈ পৰিছে। 

ভিডিঅ'টোত এটি শিশুক মাটিত বহি থকা দেখা গৈছে। চাৰিওফালে কোনো প্ৰাপ্তবয়স্ক লোক নাই।শিশুটোৰ কাষত এডাল ডাঙৰ বিষাক্ত  সাপ দেখা গৈছে। সাপডালে শিশুটিৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে সিশুটোৱে তাৰ  সৰু হাতেৰে সাপডালৰ মূৰটো ধৰাৰ চেষ্টা কৰিছে। আশ্চৰ্যজনকভাৱে সাপডালে  শিশুটোৰ কোনো অনিষ্ট সাধন কৰাৰ চেষ্টা কৰা।  নাই এই ভিডিঅ’ োইৰেল হৈ পৰাৰ পিছতে বহুতে ছ'চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে।


বহু নেটিজেনে  শিশুটোৰ পিতৃ-মাতৃৰ দায়িত্ববোধৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰিছে। নেটিজেনসকলে ইমান ডাঙৰ বিপদৰ সন্মুখীন হ’বলৈ  কেনেকৈ এটা শিশুক এৰি দিয়া হৈছে  সেই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে, বহুতে দাবী কৰিছে যে সাপডালৰ হয়তো বিষদাঁত আঁতৰাই পেলোৱা হৈছিল।   সেইকাৰণে কোনো বিপদ নাই বুলি জানিয়েই সাপডালক শিশুটিৰ সৈতে  খেলিবলৈ  দিয়া হৈছিল। কিন্তু  বেছিভাগেই শিশুটোৰঅভিভাৱকক  ধিক্কাৰ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement