--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ গ্লোবেল লীডাৰ এপ্ৰুভেল ট্ৰেকাৰ( Global Leader Approval Tracker)-এ বিশ্বৰ নেতাসকলৰ মাজত কোন কিমান জনপ্ৰিয় তাক লৈ এক সমীক্ষা চলাইছিল। জনপ্ৰিয় নেতা সকলৰ এই তালিকা বিশ্বৰ ১৩ খন দেশৰ ভিতৰত কৰা হৈছিল।

দেশকেইখন হৈছে – ভাৰত, অষ্ট্ৰেলিয়া, ব্ৰাজিল, আমেৰিকা, ব্ৰিটেইন, জাপান, ইটালী, মেক্সিকো, স্পেইন, জাৰ্মানী, ফ্ৰান্স আৰু কানাডা।এই সমীক্ষাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষ স্থান অধিকাৰ কৰে। মুঠ ৭০ শতাংশ ৰেটিঙেৰে বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত মোদীৰ নাম সন্নিবিষ্ট হয়।

দ্বিতীয় স্থান লাভ কৰে মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্দ্ৰীছ মেনুৱেল ল’পেজে। তেওঁ লাভ কৰে ৬৬ শতাংশ ৰেটিং। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৪৪ শতাংশ ৰেটিঙেৰে থাকে ষষ্ঠ স্থানত। জনপ্ৰিয়তাৰে মহা শক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিকো চেৰ পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক