--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ কোভিডে  বিশ্বৰ ক্ৰীড়া জগতত ত্ৰাসৰ সৃষ্টি কৰিছে।  আকৌ ক্ৰিকেটত কোভিডৰ আশংকা বৃদ্ধি পাইছে।  নিউজিলেণ্ডে টি-২০ৰ  তিনিখন খেলত পাকিস্তানৰ বিৰুদ্ধে  যুঁজিব। অৱশ্যে  মিচেল চেণ্টনাৰে কোভিড-১৯ত আক্ৰান্ত হোৱা বাবে  প্ৰথমখন মেচ খেলিব নোৱাৰিব। শুক্ৰবাৰে তেওঁ কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাটো নিশ্চিত হয়।  কোভিডত আক্ৰান্ত হোৱাৰ বাবেই  তেওঁ পাকিস্তানৰ বিৰুদ্ধে খেলিব নোৱাৰিব।

 
আজিৰে পৰা আৰম্ভ হৈছে নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত পাঁচখন খেলৰ টি-২০ শৃংখলা। দুয়োটা দলে অকলেণ্ডত খেলিছে। খেলখনৰ পূৰ্বে নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে ছ'চিয়েল মিডিয়াত লিখিছে, "কোভিড-১৯ ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত  চেণ্টনাৰে এই মেচখন খেলিব নোৱাৰিব। তেওঁ শুক্ৰবাৰে কোভিডত আক্ৰান্ত হৈছে।তেওঁ চিকিৎসকৰ তত্বাৱধানত থাকিব। হেমিল্টনত দ্বিতীয় খন খেল হ’ব। চেণ্টনাৰে অকলে তালৈ যাব, দলৰ সৈতে নহয়। "

উল্লেখ্য চেণ্টনাৰ নিউজিলেণ্ডৰ টি-২০ দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য। বাওঁহতীয়া স্পিনাৰগৰাকীয়ে   ভাল বেটিঙো কৰিব পাৰে।  তেওঁৰ স্থান লোৱা ঈশ ছোধি এতিয়া দলটোৰ একমাত্ৰ স্পিনাৰ। ক্ৰিকেট জগত স্বাভাৱিকতে চেণ্টনাৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে চিন্তিত হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক