--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ নাম পুনৰ উজ্বলালে দেশৰ এগৰাকী মহিলা বক্সাৰে। চলি থকা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে দেশক গৌৰৱান্বিত কৰি তুলিছে নিতু ঘাংঘাছে। ফাইনেলত মঙ্গোলিয়াৰ লুটচাইখান আলটাণ্টছেটছেগক পৰাস্ত কৰি মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰে ঘাংঘাছে৷ মংগোলিয়ান প্ৰতিদ্বন্দী গৰাকীৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয় লাভ কৰে তেওঁ।

উল্লেখ্য যে, কেৰিয়াৰত আজি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হৈছিল ঘাংঘাছ। আক্ৰমণাত্মক দৃষ্টিভংগীৰে মেচৰ আৰম্ভণি ঘটোৱা নিতু ঘাংঘাছে প্ৰথমৰে পৰাই আধিপত্য বিস্তাৰ কৰে প্ৰতিপক্ষৰ ওপৰত। এই স্বৰ্ণ জয়েৰে নিতু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা দেশৰ ষষ্ঠগৰাকী মহিলা বক্সাৰ ৰূপে পৰিগণিত হয়।

চলিত প্ৰতিযোগিতাখনত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণজয়। লক্ষণীয়ভাৱে দেশৰ আন তিনিগৰাকী বক্সাৰেও অৱতীৰ্ণ হ’ব স্বৰ্ণ জয়ৰ যুঁজত। ইতিমধ্যে ৮১ কিলোগ্ৰাম শাখাত চীনৰ লীনা ৱাঙৰ বিৰুদ্ধে ৰিঙত নামিছে ছ’ইটী ব’ৰা৷ আনহাতে দেওবাৰে স্বৰ্ণ জয়ৰ লক্ষ্যৰে যুঁজত নামিব নিখাত জাৰিন আৰু অসমৰ লাভলিনা বৰগোহাঁই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ