--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নালন্দাৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰে। মূল নালন্দা বিশ্ববিদ্যালয়ক পৃথিৱীৰ প্ৰথম আৱাসিক বিশ্ববিদ্যালয়সমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। নালন্দাৰ ধ্বংসাৱশেষক ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"নালন্দাত খনন কৰা অৱশেষসমূহ পৰিদৰ্শন কৰাটো নিতান্তই দৃষ্টান্তমূলক আছিল। প্ৰাচীন পৃথিৱীৰ শিক্ষাৰ অন্যতম মহান পীঠ হোৱাৰ এক সুযোগ আছিল  এয়া। এই স্থানডোখৰে পাণ্ডিত্যপূৰ্ণ অতীতৰ এক গভীৰ দৰ্শন প্ৰদান কৰে যি এসময়ত ইয়াত বিকশিত হৈছিল। নালন্দাই এক বৌদ্ধিক চেতনাৰ সৃষ্টি কৰিছিল যি আমাৰ দেশত বিস্তাৰ লাভ কৰি আহিছে।"

 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ