--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট এটলাছৰ তথ্য অনুসৰি ২০২২ চনৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। উপাদান, ব্যঞ্জন আৰু পানীয়ৰ বাবে দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়। ইটালীৰ খাদ্যই প্ৰথম স্থান লাভ কৰে। দ্বিতীয় স্থানত গ্ৰীচ, তৃতীয় স্থানত স্পেইন আৰু চতুৰ্থ স্থানত আছে জাপান। এই ৰেটিঙত ভাৰতে ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে।

দেশৰ সৰ্বোত্তম ৰেটিং পোৱা খাদ্যসমূহৰ ভিতৰত আছে গৰম মছলা, মালাই, ঘী, মাখন, গাৰ্লিক নান, কিমা। এই তালিকাত মুঠ ৪৬০ টা বস্তু আছে। ৫০খন দেশক  লৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।

লগতে তালিকা অনুসৰি শ্ৰী ঠাকৰ ভোজনালয় (মুম্বাই), কাৰাভাল্লী (বেংগালুৰু), বুখাৰা (নতুন দিল্লী), ডুম পুখ্ত (নতুন দিল্লী), ক’ম’ৰিন আদিয়ে (গুৰুগ্ৰাম) ভাৰতীয় খাদ্য ৰেচিপিত শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ খিতাপ লাভ কৰিছে।

বিশ্বৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাখন

छवि
আমেৰিকা, তুৰস্ক, ফ্ৰান্স আৰু পেৰুৱেও শীৰ্ষ ১০ খন দেশৰ ভিতৰত স্থান লাভ কৰিছে।বিশ্বৰ শ্ৰেষ্ঠ খাদ্য তালিকাত ১১ নম্বৰ স্থানত আছে চীন।

ভাৰতীয় খাদ্যই বিশ্বৰ ভিতৰতে শীৰ্ষ ৫-ত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় লোকসকল। 

এই তালিকা প্ৰকাশ হোৱাৰ পাছত ৰেষ্টুৰেণ্টলৈ গৈ চাইনীজ খাদ্য বিচৰাসকলেও ভাৰতীয় খাদ্য বিচাৰিবলৈ ধৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক