--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাত দাহ কৰা হ’ল কিলিয়ান এমবাপেৰ প্ৰতিমূৰ্তি! বিশ্বকাপ জয়ৰ পাছতে উন্মাদনাৰ শীৰ্ষলৈ গৈছে আৰ্জেণ্টিনাৰ জনতা। দেশখনত এতিয়া উৎসৱ। আনকি কিছুৱে ফ্ৰান্সৰ তাৰকা এমবাপেৰ প্ৰতিমূৰ্তিও দাহ কৰা দেখা গ’ল।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে এডাল লাঠিত কফিনৰ ঢাকোন থোৱা হৈছে, তাৰ ওপৰত এমবাপেৰ মুখৰ এখন ছৱি। তাৰপাছতে ইয়াক জ্বলাই দিয়া হৈছে। আশে পাশে থকা সকলো লোকেই এমবাপেৰ বিৰুদ্ধে শ্লোগান দি নৃত্য কৰিবলৈ ধৰিছে।

উল্লেখ্য যে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ফ্ৰান্সৰ এমবাপেই ফাইনেলত দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল। তৰুণ তাৰকাগৰাকীয়ে হেট্ৰিক অৰ্জন কৰি ফ্ৰান্সক যুঁজলৈ ঘূৰাই আনিছিল। আৰ্জেণ্টিনাৰ বাবে কঠিন হৈ পৰিছিল এমবাপেক নিয়ন্ত্ৰণ কৰিবলৈ।

কিন্তু এমবাপেৰ কিছু আচৰণে ক্ষুব্ধ কৰে আৰ্জেণ্টিনাৰ খেলুৱৈসকলক। খেল শেষ হোৱাৰ পাছতে আৰ্জেণ্টাইন গ’লকীপাৰ এমিলিয়ান’ মাৰ্টিনেজে এমবাপেৰ প্ৰতি তীব্ৰ ইতিকিংসূচক ভাষ্য প্ৰদান কৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক