--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপ চাবলৈ কাটাৰ চৰকাৰৰ পৰা বিশেষভাৱে নিমন্ত্ৰিত হৈছে অনন্যা পাণ্ডে। সেয়ে চেমিফাইনেল চাবলৈ অচিৰেই উৰা মাৰিব অভিনেত্ৰীগৰাকী। দেউতাক চাংকি পাণ্ডেও লগত যাব। 

উল্লেখ্য যে অভিনেতা চাংকি পাণ্ডেৰ ফুটবলৰ প্ৰতি বিশেষ আগ্ৰহ আছে। দেউতাকৰ দৰেই অনন্যাই ফুটবলভক্ত। জানিব পৰা মতে, অনন্যাই নেইমাৰ, ৱেইন ৰুণী আৰু ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ খেলা চাই ভাল পায়।

চলিত বিশ্বকাপৰ পৰা ইতিমধ্যে নেইমাৰ আৰু ৰোণাল্ডোৱে বিদায় লৈছে। সেয়ে ক’ব পাৰি যে অনন্যাই আৰ্জেণ্টিনা অথবা ফ্ৰান্সকে সমৰ্থন জনাব।

বলিউডতো জয়যাত্ৰা অব্যাহত আছে অনন্যাৰ। চলিত বছৰত ‘গেহৰায়াঁ’, ‘লাইগাৰ’ ইত্যাদি ছৱিৰ যোগেৰে চৰ্চাত আছিল তেওঁ। ২০২৩ চনত মুক্তি লাভ কৰিব ‘খো গয়ে হাম কহাঁ’ নামৰ ছৱিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement