--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য’ত বাকী দলৰ পেচাৰসকলে খেলপথাৰত সংগ্ৰাম কৰি আছে, ভাৰতীয় পেচাৰসকলে দূৰ্দান্ত ফৰ্মত আছে।  চাওঁ আহক বিশ্বকাপৰ পইণ্ট তালিকাৰ বাবে খেলা মেচসমূহত তেওঁলোকে কিমান উইকেট লাভ কৰিছে।

ভাৰতীয় পেচাৰসকলৰ পৰিসংখ্যা চালেই বুজিব যে তেওঁলোক কিমান ফৰ্মত আছে। শ্বামীয়ে এইবাৰৰ বিশ্বকাপত মাত্ৰ ৫ খন খেল খেলিছে। ১৬ টাকৈ উইকেট লৈছে। শ্বামীয়ে গড়ে মাত্ৰ ৭ আৰু ইকনমি ৰেট ৪.৩০ ৰে বলিং কৰে। এই বলিং গড় যিকোনো বলাৰৰ বাবে সপোন। শ্ৰেষ্ঠ বলিং ১৮ ৰানত ৫ উইকেট।

বুমৰাহে ৯খন মেচত ১৭টা উইকেট দখল কৰিছে। বলিঙৰ গড় ১৫.৫৩। বুমৰাহৰ ইকন’মিৰ হাৰ আৰু কম। মাত্ৰ ৩.৬৫। সাধাৰণতে তেওঁ পাৱাৰ প্লে আৰু ডেথ অভাৰত বলিং কৰে। তেতিয়াই ৰান সংগ্ৰহৰ সৰ্বাধিক সুযোগ থাকে। কিন্তু সেই সময়ত বুমৰাহে প্ৰতি অভাৰত ৪ ৰানতকৈ কম ৰান দিছিল। তেওঁৰ শ্ৰেষ্ঠ বলিং আছিল ৩৯ ৰানত ৪ উইকেট।

ছিৰাজে ৯খন মেচত ১২টা উইকেট দখল কৰে। তেওঁৰ বলিং গড় ৩১.৭০। ইকনমিৰ হাৰ ৫.২৩। যদিও আৰম্ভণিৰ মেচবোৰত ছিৰাজে ভাল বল কৰা নাছিল, তথাপিও সময়ৰ লগে লগে তেওঁৰ উন্নতি ঘটিছে। ১৬ ৰানত ৩ উইকেট তেওঁৰ শ্ৰেষ্ঠ বলিং আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক