--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ বিজয়ৰ পাছতে পত্নীৰ সংগ ত্যাগ কৰিলে নেকি লিঅ’নেল মেছিয়ে? এই লৈ এতিয়া চৰ্চা চলা দেখা গৈছে। বিশ্বকাপ বিজয়ৰ পাছতে আৰ্জেণ্টিনাৰ দলটোৱে ঘৰুৱা দেশত গৈ উপস্থিত হৈছে। অনুৰাগীসকলৰ পাৰভঙা উলাহৰ মাজত আৰ্জেণ্টিনাৰ তাৰকাসকলে ৰাজধানী চহৰ বুৱেনছ আইৰেছৰ ইজেইজা বিমানবন্দৰত বিমানৰ পৰা নামে।

বিমানৰ পৰা নামে লিঅ’নেল মেছিৰ স’তে বাকী ফুটবলাৰসকল। হাতত বিশ্বকাপৰ ট্ৰফী আৰু বিমানবন্দৰত অনুৰাগীসকলৰ উন্মাদনা। কিন্তু দেখা পোৱা নগ’ল মেছিৰ পত্নী আৰু সন্তান। পৰিয়াল অবিহনেই ঘৰলৈ ঘূৰি গ’ল মেছি।

প্ৰকৃততে বিশ্বকাপৰ ফাইনেল শেষ হোৱাৰ পাছতে মেছিৰ পত্নী আৰু সন্তান আৰ্জেণ্টিনালৈ উৰা মাৰে। সোমবাৰে আবেলিয়েই তেওঁলোকৰ ঘৰুৱা চহৰ ৰোজাৰিঅ’ত ব্যাপক সমাদৰৰ মাজেৰে বিমানৰ পৰা নামে মেছিৰ পত্নী এণ্ট’নেলা আৰু তিনি সন্তান।

মেছিৰ গৃহ চহৰ ৰোজাৰিঅ’ এতিয়া নন্দনকানন হৈ পৰিছে। মেছিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চহৰবাসী। তেওঁলোকৰ স’তে এণ্ট’নেলাইও যোগ দিছে। সকলোৱে মেছি তাত উপস্থিত হোৱালৈ অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক