--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰ আৰু পৰিবেশৰ কথা মনত ৰাখি বিশ্বকাপৰ ফাইনেলত ৰবিচন্দ্ৰন অশ্বিনৰ বিৰুদ্ধে খেলাবলৈ বহুতে দাবী উত্থাপন কৰিছিল। কিন্তু ভাৰতীয় দলটোৱে নেখেলালে। সেয়ে বহুতে ৰোহিত শৰ্মাক সমালোচনা কৰে। অশ্বিনৰো খং উঠিছে নেকি ৰোহিতৰ ওপৰত? ভাৰতীয় অফস্পিনাৰগৰাকীয়ে এক সাক্ষাৎকাৰত ইয়াৰ উত্তৰ দিলে।

অশ্বিনে কয়- ''মেচখনৰ প্ৰথম এঘাৰক লৈ ৰোহিতে বহুত চিন্তা কৰিছিল। কিন্তু তেওঁ বিজয়ী দলটো সলনি কৰিবলৈ কোনো শক্তিশালী যুক্তি বিচাৰি নাপালে। মই ভাবো আন কাৰোবাৰ জোতাত ভৰি দি তেওঁলোকৰ দৃষ্টিকোণৰ পৰা কথাবোৰ চোৱাটো গুৰুত্বপূৰ্ণ। ৰোহিতৰ জোতাত ভৰি দি দল সলনি কৰাৰ কথা ১০০ বাৰ ভাবিলোঁহেঁতেন। কাৰণ দলটোৱে বৰ ভাল খেলিছিল। হঠাতে এজন পেচাৰ আৰু তিনিজন স্পিনাৰ সলনি কৰিব লাগে কিয়?”

অশ্বিনে লগতে কয়, “ৰোহিতৰ চিন্তাধাৰা মই বুজি পাইছিলোঁ। চূড়ান্ত খেলখন যে এক বৃহৎ সন্মান। খেলৰ তিনিদিন আগতে আমি প্ৰস্তুতি চলাই আছিলো। বহুত মানুহৰ লগত কথা পতা নাছিলোঁ। হোৱাটছএপৰ মেছেজ দেখি মই ফোনটো অফ কৰিছিলো। দলটোক হয়তো প্ৰয়োজন হ’ব পাৰে বুলি ভাবি মই সাজু হৈ আছিলো। একে সময়তে খেলাৰ সুযোগ নাপালে দলটোক সমৰ্থন কৰিবলৈ সাজু আছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক