--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বকাপত অঘটন৷ সুৰাৰ সৈতে ভুলতে ভঙা কাঁচৰ টুকুৰা গিলি পেলালে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লাউটাৰো মাৰ্টিনেজৰ সুন্দৰী পত্নী আগষ্টিনাই৷  তেওঁ আৰ্জেণ্টিনাৰ এগৰাকী প্ৰসিদ্ধ মডেলো। 

আগষ্টিনাৰ লগত তেওঁৰ  ভগ্নী আৰু ভনীয়েকৰ প্ৰেমিকো সেই সময়ত তাত উপস্থিত  আছিল। আগষ্টিনাই খাদ্য আৰু পানীয়ৰ সৈতে অনুশ্ঠানটো  ভালদৰেই উপভোগ কৰি আছিল। হঠাতে তেওঁ অনুভৱ কৰিলে যে পানীয়ৰ সৈতে কিবা কঠিন বস্তু তেওঁৰ ডিঙিলৈ গৈছে।তেওঁ লগে লগে নিশ্চিত হৈ পৰিল যে সেয়া ভঙা কাঁচৰ টুকুৰা৷ 

পানীয়ৰ বটলটোৰ ভিতৰলৈ চাওঁতে আগষ্টিনাৰ চকু কপাললৈ উঠিল। বটলটোৰ ভিতৰত কেইবাটাও কাঁচৰ টুকুৰা আছে। আগষ্টিনাই তেতিয়াই অনুভৱ কৰিলে যে গিলাচৰ টুকুৰা এটা তেওঁৰ  ডিঙিত লাগি ধৰিছে। বিপদৰ আশংকাত আগষ্টিনা পাৰ্টিৰ পৰা ওলাই আহি তেওঁৰ ভগ্নীৰ সৈতে চিকিৎসালয়ত  গৈ উপস্থিত হয় । চিকিৎসালয়লৈ যোৱাৰ আগতে বিষয়টো সুৰক্ষা কৰ্মীসকলক জনোৱা হৈছিল। দোহাৰ আৰ্জেণ্টিনাৰ দূতাবাসৰ সৈতেও যোগাযোগ কৰা হৈছিল।  খবৰটো পাই আৰ্জেণ্টিনা শিবিৰৰ সকলোৱে চিন্তিত হৈ পৰিছিল।

ডহাত আগষ্টিনা গাণ্ডোলফো নাইট পাৰ্টিলৈ গৈছিল। আগষ্টিনা  ফুটবল তাৰকা ফুটবলাৰ লাউটাৰো মাৰ্টিনেজৰ পত্নী ৷  তেওঁ আৰ্জেণ্টিনাৰ এগৰাকী প্ৰসিদ্ধ মডেল। চিকিৎসকৰ প্ৰচেষ্টাত কোনো মতে তেওঁৰ প্ৰাণৰক্ষা পৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’