--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ মে’ত ব্ৰিটেইনৰ নতুন ৰজা তৃতীয় চাৰ্লছে কাৰ্যভাৰ গ্ৰহণ কৰিব। এই অভিষেক উপলক্ষে অহা ৭ মে’ত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব। ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ তৃতীয় চাৰ্লছক আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হৈছে। এতিয়াৰ পৰা ব্ৰিটেইনৰ ৰজা চাৰ্লছ ফিলিপ আৰ্থাৰ জৰ্জ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব চলচ্চিত্ৰ আৰু সংগীত জগতৰ বিশ্ববিখ্যাত তাৰকাসকলে। ইয়াৰ ভিতৰত হলিউডৰ তাৰকা টম ক্ৰুজ, মিউজিকেল গ্ৰুপ ‘দ্য পুচিকেট ডলছ’ আৰু একমাত্ৰ ভাৰতীয় শিল্পী হিচাপে বলীউডৰ তাৰকা সোনম কাপুৰ অন্তৰ্ভুক্ত হ’ব বুলি জানিব পৰা গৈছে।

সোনমে মঞ্চত উপস্থিত হৈ কমনৱেলথ ভাৰ্চুৱেল গায়ক দলক চিনাকি কৰাই দিয়াৰ বাবে এটি পৰিচয়মূলক কথন পৰিবেশন কৰিব।

সোনম স্বামী আনন্দ আহুজা আৰু তেওঁলোকৰ পুত্ৰ বায়ুৰ সৈতে লণ্ডনত থাকে। যদিও এয়া হ’ব সোনমৰ প্ৰথম ৰাজকীয় উপস্থিতি। কিন্তু তালিকাত থকা আন কিছুমানে ইয়াৰ পূৰ্বেও ৰাজকীয় অনুষ্ঠানত অংশ লৈছে।

এই সন্দৰ্ভত সোণম কাপুৰে কয়, ‘এই উপলক্ষে কমনৱেলথ ভাৰ্চুৱেল কোৱাৰত যোগদান কৰি মই সন্মানিত অনুভৱ কৰিছো। সংগীত আৰু শিল্পৰ প্ৰতি মহামহিমৰ প্ৰেমক উদযাপন কৰিছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে