--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰে ধৰ্ম সলনি কৰি মুছলমান যুৱক এজনৰ সৈতে বিবাহপাশত আব্ধ হোৱাৰ বিষয়টোকলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে দীপিকাই দিছে মাক হ’বলৈ ওলোৱাৰ খবৰ। কেৱল সেয়াই নহয়, দীপিকাই তেওঁৰ অভিনয় জীৱনক বিদায় দিবলৈ সাজু হোৱা বুলিও শেহতীয়া এক সাক্ষাৎকাৰত প্ৰকাশ পাইছে।

শেহতীয়া সাক্ষাৎকাৰটোত, দীপিকাই  কৈছিল  যে তেওঁ  অভিনয় আৰু নকৰে।দীপিকাই অলপতে ছচিয়েল মিডিয়াত মাতৃ হ’বলৈ ওলোৱাৰ খবৰো দিছে। অভিনেত্ৰীগৰাকীয়ে স্বামী অভিনেতা ছোহেব ইব্ৰাহিমৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটোও শ্বেয়াৰ কৰিছিল আৰু মাক হ’বলৈ ওলোৱাৰ খবৰটো দিছিল।অভিনেত্ৰীগৰাকীয়ে সেই পোষ্টটোত স্পষ্টকৈ লিখিছিল যে দীপিকাই  মাতৃ হোৱাৰ মুহূৰ্তটো উপভোগ কৰিব বিচাৰে।


দীপিকা কক্কৰে ২০১৮ চনত দ্বিতীয়বাৰৰ বাবে শোৱেব ইব্ৰাহিমৰ সৈতে  বিয়া  হৈছিল। বিবাহৰ পিছত দীপিকাই  ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ এতিয়া নাম ফৈজা। ইয়াক লৈ  বিতৰ্কও হৈছিল।ইপিনে দীপিকা কক্কৰে অভিনয় বাদ দিব বুলি হোৱা প্ৰচাৰ অস্বীকাৰ কৰিছে। দীপিকাৰ মতে তেওঁৰ ভাষ্য সাক্ষাৎকাৰটোত ভুলকৈ উপস্থাপন কৰা হৈছে। মাক হোৱাৰ পিছত কিছুদিন জিৰণী লৈ তেওঁ পুনৰ অভিনয়ত নামি পৰিব বুলি ঘোষণা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে