--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছুমান এনেকুৱা ভিডিঅ' ভাইৰেল হৈ পৰে যিবোৰে মানুহক বৰ আমোদ দিয়ে। শেহতীয়াকৈ এগৰাকী কইনাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এই ভিডিঅ' দেখি ৰাইজে বৰ ৰস পাইছে। ভিডিঅ'টোত দেখা গৈছে যে এগৰাকী সুন্দৰী কইনাই তাইৰ মেকআপ কৰাই আছে আৰু বিয়াৰ সম্পূৰ্ণ সাজ নিপিন্ধাকৈ এটা বাটিৰ পৰা মেগী খাই আছে।

মেগী খাই ইণ্টাৰনেটত ভাইৰেল হোৱা কইনাগৰাকী

কইনাই মেগী খোৱাত ব্যস্ত থকাৰ বাবে মেকআপ আৰ্টিষ্টগৰাকীয়ে তেওঁক ভালকৈ মেকআপ লগাব পৰা নাই। সেয়েহে মেকাপ আৰ্টিষ্টগৰাকীয়ে কইনাক সোনকালে মেগী খাবলৈ কয় আৰু কয় যে বহুখিনি মেকআপ কৰিবলৈ বাকী আছে, অলপ পাছত দৰা আহি পাবহিয়েই। কিন্তু কইনাৰ সেইবোৰত গুৰুত্ব নাই। তেওঁ কেৱল গুৰুত্ব দিছে মেগী খোৱাত। তেনেতে বেলেগ লোকেও আহি কইনাক কয় যে সোনকালে খাই শেষ কৰা, দৰা আহি পাবৰ হৈছে, সাজু হোৱা সোনকালে।

'দুলহা ৱেইট কৰেগা' এই বাক্য বৰকৈ পডন্দ কৰিছে নে্টিজেনসকলে

মেগী পাগল কইনাই এইবোৰ শুনি অতি শান্তভাবে কয় যে 'দুলহা ৱেইট কৰেগা' অৰ্থাৎ 'দৰাই অপেক্ষা কৰি থাকক'। কইনাৰ এই কাণ্ডকে কোনোৱে ভিডিঅ' কৰি ৰাখে আৰু পাছত ছ'চিয়েল মিডিয়াত এৰি দিয়ে। এই ভিডিঅ'ই বৰকৈ আমোদ দিছে নেটিজেনসকলক। এই ভিডিঅ'টো মেগীপ্ৰেমীসকলে বৰ পচন্দ কৰিছে আৰু ইজনে সিজনক মেনছন কৰা দেখা গৈছে কমেণ্ট বক্সত। কইনাৰ এই আমোদজনক ভিডিঅ'টো এতিয়ালৈকে প্ৰায় ৪০ লাখতকৈও অধিক লোকে উপভোগ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক