--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়ছালমেৰত বিয়া পাতিছে সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। বিবাহৰ বাবে তেওঁলোকৰ বৰ্তমান ঠিকনা হৈছে মৰুভূমিৰ চহৰখনৰ সূৰ্য্যগড় প্ৰাসাদ নামৰ এটা বিলাসী ৰাজপ্ৰাসাদ। পোহৰেৰে সজাই তোলা হৈছে ৰাজপ্ৰাসাদটো। কিন্তু বিয়াৰ পাছত ক’ত থাকিব বলিউডৰ তাৰকা দম্পত্তিহাল?

শুনা গৈছে যে সিদ্ধাৰ্থই ইতিমধ্যে মায়ানগৰী মুম্বাইত বাসস্থানৰ সন্ধান আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত ৭০ কোটি টকাৰ এটা বাংলোৰ বাবে আগ্ৰহী তেওঁ। কিনিব বিচাৰিছে সাগৰৰ পাৰত থকা বাংলোটো।

উল্লেখ্য যে সিদ্ধাৰ্থ মালহোত্ৰাৰ জন্ম দিল্লীত। অভিনয় জগতত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁ মুম্বাইত বাস কৰি আহিছে। বৰ্তমান তেওঁৰ ঠিকনা বান্দ্ৰাৰ এটা বাংলো। সেই ঘৰৰ পৰা আৰব সাগৰ দেখা যায়।

কিন্তু এতিয়া বিয়াৰ পিছত এটা ডাঙৰ বাংলোত সংসাৰ কৰিব বিচাৰে। এই ইচ্ছা প্ৰকাশ কৰিছে কিয়াৰাই নিজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক