--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে দেশপ্ৰেমৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰে। কিন্তু এইবাৰ বিপৰীত কাৰণত অক্ষয় কুমাৰে বাতৰিৰ শিৰোনামত আহিছে। দেশৰ মানচিত্ৰৰ ওপৰেৰে খোজ কাঢ়িল অক্ষয়। তাৰপাছতে ছ’চিয়েল মিডিয়াত ইটোৰ পিছত সিটো কটুক্তি বলি হৈছে বলীউডৰ তাৰকাগৰাকী।

এটা বিমান সংস্থাৰ নতুন বিজ্ঞাপনত অভিনয় কৰিছে অক্ষয় কুমাৰে। দিশা পাটানি, নোৰা ফাতেহী, মৌনি ৰায়েও একেটা বিজ্ঞাপনত অভিনয় কৰিছে। বিজ্ঞাপনটোত তেওঁলোকক এটা প্ৰতীকী গ্ল’বত খোজ কাঢ়ি থকা দেখা গৈছে। ভাৰতৰ মানচিত্ৰৰ ওপৰতো খোজ কঢ়া দেখা গৈছে অক্ষয়ক।

সেই বিজ্ঞাপনৰ ভিডিঅ’টো অক্ষয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো পোষ্ট কৰাৰ কিছু মুহূৰ্তৰ ভিতৰতে ক্ৰোধৰ সন্মুখীন হ’ল অক্ষয়।

ভাৰতৰ মানচিত্ৰৰ ওপৰেৰে খোজ কাঢ়ি তেওঁ দেশক অপমান কৰিছে- তেওঁলোকে এই অভিযোগ কৰে। অক্ষয়ক 'কানাডাৰ নাগৰিক’ বুলিও তেওঁলোকে কটাক্ষ কৰে। তেওঁলোকৰ বক্তব্য- কানাডাৰ নাগৰিক হোৱাৰ বাবেই অভিনেতাজনে নাজানে ভাৰত মাতৃক কেনেকৈ সন্মান কৰিব লাগে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক