--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী তাপসী পান্নুৱে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বিশেষ প্ৰচাৰ ভাল নাপায়। কিন্তু শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত অনুৰাগীৰ এটা প্ৰশ্নৰ উত্তৰ দিছিল।

এজন অনুৰাগীয়ে তেওঁক সুধিলে, আপোনাৰ বিয়া কেতিয়া হ’ব? উত্তৰত এক মুহূৰ্তৰ পলম নকৰাকৈয়ে তাপচীয়ে ক'লে, "মই গৰ্ভৱতী নহয়"। একে সময়তে তেওঁ ক'লে, "মই এতিয়া বিয়া পাতিবলৈ উলোৱা নাই। সময়ত আপোনালোক সকলোকে জনাম।''

উল্লেখ্য যে আলিয়া ভাটলৈ নেহা ধুপীয়া — এই যুগৰ কেইবাগৰাকীও বলীউড অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লৈছে। তাপসীয়েও হয়তো এই প্ৰসংগেই উত্থাপন কৰিলে৷

বিগত ৯ বছৰ ধৰি বেডমিণ্টন খেলুৱৈ মাথিয়াছ ব’ৱেৰ সৈতে তাপচিৰ সম্পৰ্ক আছিল। অভিনেত্ৰীগৰাকীয়ে নিজেই কয় যে তেওঁলোকৰ বিয়াৰ কোনো খৰখেদা নাই। এটা সাক্ষাৎকাৰত তাপসীয়ে কয়- ‘‘যেতিয়া  সন্তান জন্ম দিয়াৰ কথা ভাবিম, তেতিয়া  বিবাহৰ কথা ভাবিম। কিন্তু এতিয়াই কোনো সম্ভাৱনা নাই।’’

ক্ৰীড়াৰ সৈতে যোগাযোগত আছে তাপসী। শেহতীয়াকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ আত্মজীৱনীমূলক ছবি ‘সবাষ মিথু’ত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘ৰশ্মী ৰকেট’ আৰু ‘সাৰ কি আখ’ৰ দৰে ৰাষ্ট্ৰীয় ক্ৰীড়া ছবিত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ