--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ বাবে কইনা বিচাৰি সমদল উলিয়ালে ৫০ জনকৈ যুৱকে! আচৰিত যেন লাগিলেও এয়া সংঘটিত হৈছে মহাৰাষ্ট্ৰ ছোলাপুৰত। বুধবাৰে অঞ্চলটোৰ ৫০ জনকৈ যুৱকে দৰাৰ সাঁজ পিন্ধি উপায়ুক্তৰ অফিচলৈকে সমদল কৰে। তেওঁলোকে এগৰাকীকৈ যোগ্য আৰু বিবাহোপযোগী যুৱতী দাবী কৰিছে।

সমদলটোত যুৱককেইজনে সম্পূৰ্ণৰূপে বিয়াৰ সাঁজ পিন্ধি ঘোঁৰাত উঠি সমদল কৰে। মহাৰাষ্ট্ত শেহতীয়াকৈ দেখা দিয়া লিংগ-অসমতাৰ বিষয়ে সজাগতা আনিবলৈকে এই সমদল উলিওৱা হয়।

যুৱককেইজনে উপায়ুক্তৰ অফিচত এখনি স্মাৰকপত্ৰও প্ৰদান কৰে। তাত তেওঁলোকে আগতীয়া গৰ্ভনিৰোধকৰ প্ৰতি কঠোৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। মূলতঃ লিংগ সমতাৰ বাবেই তেওঁলোকে এই স্মাৰকপত্ৰ প্ৰদান ৰে।

উল্লেখ্য যে ২০১৯-২১ চনৰ নেচনেল ফেমিলি হেল্থ চাৰ্ভেৰ মতে, মহাৰাষ্ট্ত তীব্ৰ লিংগ-অসমতাই দেখা দিছে। ৰাজ্যখনত এহেজাৰজন পুৰুষৰ বিপৰীতে ৯২০ গৰাকী নাৰীহে আছে বুলি প্ৰকাশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক