--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰ। যোৱা ৬ জানুৱাৰীত সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদৰ সৈতে বৈধভাৱে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে আদালতৰ ৰেজিষ্টাৰ ৰুমৰ বাহিৰত বিয়াৰ ভিডিঅ’ নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে স্বাৰাই।

আইনী বিয়াৰ ভিডিঅ’টো সকলোৰে সৈতে শ্বেয়াৰ কৰি ‘তনু ৱেডছ মনু’ অভিনেত্ৰীগৰাকীয়ে লিখিছে, ''বহু সময়ত আমি এনেকুৱা কিবা এটা বিচাৰো যিটো আমাৰ চকুৰ সন্মুখতে থাকে, কিন্তু আমি বহু দূৰলৈ চাই থাকোঁ। আমি প্ৰেম বিচাৰি আছিলো। কিন্তু বন্ধুত্ব বিচাৰি পালোঁ। ইয়াৰ পিছত আমি ইজনে সিজনক বিচাৰি পালোঁ। মোৰ হৃদয়লৈ স্বাগতম ফাহাদ।’’

বিভিন্ন ৰাজনৈতিক মঞ্চত বাৰে বাৰে দেখা গৈছিল দুয়োকে। ৰাজনীতিৰ মঞ্চত প্ৰথম লগ পোৱা নেকি? স্বাৰাৰ দ্বাৰা নিৰ্মিত এই ভিডিঅ'টোৱে তাকেই কৈছে। ভিডিঅ’টোত প্ৰথমবাৰৰ বাবে মঞ্চত কথা কোৱাৰ পৰা আৰম্ভ কৰি সকলো মুহূৰ্ত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰেমৰ আভাস পোৱা গৈছিল যদিও প্ৰেমিক কোন অনুৰাগীসকলে গম পোৱা নাছিল।

বহুতে ভাবিছিল যে স্বাৰাই লেখক হিমাংশু শৰ্মাৰ স’তে সম্পৰ্কত আছে। অৱশেষত এতয়া সত্যটো ওলাই পৰিল। স্বাৰাৰ বিবাহৰ খবৰ বিয়পি পৰাৰ লগে লগে অভিনেত্ৰী গৰাকীৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগীৰ শুভেচ্ছাৰে উপচি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক