--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বকৰিদৰ কুৰবানি উপলক্ষে চাৰি কোটি টকাৰ ষাঁড় ক্ৰয় কৰিলে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিয়ে। সেই লৈ  পুনৰবাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তাৰকাগৰাকী। অনেকে ইয়াক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি অভিহিত কৰিছে। 

ইনষ্টাগ্ৰাম আফ্ৰিদিয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ষাঁড়টোৰ সৈতে দেখা গৈছে তেওঁক। ষাঁড়টোৰ স’তে খোজ কাঢ়ি যোৱা দেখা গৈছে তেওঁক। ষাঁড়টো বিৰল জাতৰ।

শ্বাহিদ আফ্ৰিদিৰ ভিডিঅ’টো লক্ষ্য কৰি অনেকে মন্তব্য কৰিছে যে ইয়াৰ দ্বাৰা জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা হৈছে। তদুপৰি পাকিস্তানৰ বৰ্ধিত ঋণগ্ৰস্ততাৰ সময়ত চাৰি কোটি টকাৰ ষাঁড় কৰাটো কিমান সমিচীন সেই প্ৰশ্ন কৰিছে।

উল্লেখ্য যে ইয়াৰ আগতেও মে’ মাহত আফ্ৰিদীয়ে তেওঁৰ ফাউণ্ডেশ্যনৰ পৰাই বিশ্বৰ আটাইতকৈ ডাঙৰ ষাড়টো বলিদানৰ বাবে দান কৰিছিল, তেতিয়াও ছ’চিয়েল মিডিয়াত অনেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব