--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্টত ৩২ সংখ্যক শতক অৰ্জন কৰে ষ্টিভ স্মিথে। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে তেওঁ। ইয়াৰ দ্বাৰা  অষ্ট্ৰেলিয়াৰ বেটছমেনৰ টেষ্ট শতক তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ ৱ’ক স্পৰ্শ কৰে তেওঁ। বৰ্তমান খেলি থকা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকলৰ ভিতৰত স্মিথে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰিছে।

জেমছ এণ্ডাৰছনৰ বলত কভাৰ ড্ৰাইভ মাৰি স্মিথে শতক অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ৯৯ সংখ্যক টেষ্টত এই শতক অৰ্জন কৰে। এছেজৰ দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত স্মিথে ১৮৪ টা বলত সংগ্ৰহ কৰে ১১০ ৰাণ।

এই মুহূৰ্তত খেলি থকা ক্ৰিকেটাৰসকলৰ ভিতৰত শতক অৰ্জনৰ ক্ষেত্ৰত স্মিথৰ পিছতে আছে জ’ ৰুট। তেওঁ ৩০ শতক অৰ্জন কৰিছে। কেন উইলিয়ামছন আৰু বিৰাট কোহলীৰ নামত আছে ২৮টা শতক। ডেভিদ ৱাৰ্নাৰৰ হাতত আছে ২৫টা শতক।

উল্লেখ্য যে ২০১০ চনত লৰ্ডছত অভিষেক ঘটায় স্মিথে। পাকিস্তানৰ বিৰুদ্ধে সেই মেচখনত তেওঁ শূণ্য ৰাণতে আউট হৈছিল। কিন্তু লৰ্ডছ গ্ৰাউণ্ডতে ২০১৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ২১৫ ৰান সংগ্ৰহ কৰিছিল। বৃহস্পতিবাৰে লৰ্ডছত দ্বিতীয় শতক অৰ্জন কৰে স্মিথে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব