--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত অব্যাহত আছে ‘গাদৰ ২’ আৰু ‘অ’এমজি ২’ৰ মাজত তীব্ৰ যুঁজ। য’ত ছানি দেউলৰ অভিনীত গাদাৰ ২ক আগবাঢ়ি যোৱা দেখা গৈছে। প্ৰথম দিনাই গাদাৰে ২.৪০ কোটিৰ শক্তিশালী ব্যৱসায় কৰি বছৰৰ দ্বিতীয় বৃহত্তম অ’পেনাৰ হ’বলৈ সক্ষম হয়। আনহাতে OMG 2 য়ে 9 কোটি টকা উপাৰ্জন কৰিছিল। গতিকে, আজি দুয়োখন ছবিৰ দ্বিতীয় দিনৰ সংকলনটোও চৰ্চালৈ আহিছে। 

ছানী দেউল, অমীছা পেটেল আৰু উৎকৰ্ষ শৰ্মাৰ অভিনীত এই ছবিখনে প্ৰথম দিনাই ৪০ কোটি টকাৰ গ্ৰেণ্ড উন্মোচন কৰে। খবৰ অনুসৰি ছবিখনে দ্বিতীয় দিনা ৪৫ কোটি টকাৰ  ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। সম্ভাৱনা অনুসৰি পাঁচদিনীয়া দীঘলীয়া উইকেণ্ডত ছবিখনে ১৭৫ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰে।

আনহাতে, অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী আৰু য়ামী গৌতম অভিনীত এই ছবিখনে প্ৰথম দিনাই প্ৰায় ১০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ পাছত এতিয়া এই ছবিখনৰ দ্বিতীয় দিনৰ উপাৰ্জন চৰ্চালৈ আহিছে। Sacnilk.com ৰ প্ৰতিবেদন অনুসৰি এই ছবিখনে দ্বিতীয় দিনা ১৫ কোটি টকাৰ ব্যৱসায় কৰিছে।উপাৰ্জনৰ ক্ষেত্ৰত অ’এমজি ২ ,গাদাৰ ২ৰ বহু পিছ পৰি আছে। 

এই দুখন ছবিৰ বাহিৰে আন এখন ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। সেইখন ছবি আন কাৰো নহয় বৰঞ্চ ৰজনীকান্তৰ জেইলাৰ। যিয়ে মাত্ৰ দুদিনতে অতিক্ৰম কৰিলে ৭৫ কোটিৰ পৰিসংখ্যা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ