--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা খুশী কাপুৰে অৱশেষত বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে। দেশৰ কোনো যুৱকে তেওঁক দিয়া নাই বিয়াৰ প্ৰস্তাৱ, এই প্ৰস্তাৱ আহিছে বিদেশৰ এগৰাকী অভিনেত্ৰীৰ পৰা! হয়, শ্ৰীদেৱীৰ কন্যা  খুশী  কাপুৰলৈ এগৰাকী বিদেশী অভিনেত্ৰীয়ে  বিয়াৰ প্ৰস্তাৱ দিছে।  


 খুশীক কানাডাৰ  অভিনেত্ৰী মৈত্ৰেয়ী ৰামকৃষ্ণনে  বিবাহৰ প্ৰস্তাৱ দিছে। এই প্ৰস্তাৱ লাভ কৰাৰ পিছত খুশীয়েও সন্মতি  জনাইছে।

 শেহতীয়াকৈ খুশীয়ে শাৰী পিন্ধি ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। খুশী কাপুৰৰ অনুৰাগীসকলে ছবি খন দেখি বৰ ভাল পাইছিল। ছবি খন চায়েই  জনপ্ৰিয় কানাডিয়ান অভিনেত্ৰী মৈত্ৰেয়ী ৰামকৃষ্ণনে ইনষ্টাগ্ৰামত খুশীৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিয়ে।
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by ᴋʜᴜsʜɪ ᴋᴀᴘᴏᴏʀ (@khushi05k)

 মৈত্ৰেয়ীয়ে লিখিছে, 'মই বিয়াৰ বাবে তোমাৰ হাতখন  বিচাৰো!' উত্তৰত খুশীয়েও লিখিছে  "মই সাজু, আপুনি কেতিয়া পাতিব?" খুশী কাপুৰে জয়া আখটাৰৰ নিৰ্দেশনাত নিৰ্মিত এখন ছবিৰ জড়িয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে।

 জনপ্ৰিয় "আৰ্চি" কমিক্সৰ ওপৰত আধাৰিত নেটফ্লিক্সৰ মূল "দ্য আৰ্চিচ" ত তেওঁ অভিনয় কৰিছে। শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানেও ছবিখনত আত্মপ্ৰকাশ কৰিছে। ছিৰিজটোত খনত  বেদং ৰাইনা, মিহিৰ আহুজা, অদিতি দাত আৰু যুৱৰাজ মেণ্ডায়ো  অভিনয় কৰিছে। নৱেম্বৰত  'দ্য আৰ্চিচ'-এ মুক্তি পাব বুলি  আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক