--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বহুতো মানুহ ডায়েবেটিছৰ চিকাৰ হৈ পৰিছে। এবাৰ এই ৰোগ হ’লে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো অতি কঠিন হৈ পৰে। ডায়েবেটিছ হ’লে আমি আমাৰ জীৱনশৈলীতো বহু পৰিৱৰ্তন আনিব লগা হয়। এনে পৰিস্থিতিত যদি আপুনি দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব বিচাৰে আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপুনি কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি সঠিক আহাৰ গ্ৰহণ কৰিলে ব্লাড ছুগাৰ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ এই ঘৰুৱা উপায়সমূহ মানি চলক

১) ডালচেনিৰ গুড়িঃ যদি আপুনি ডায়েবেটিছত আক্ৰান্ত, তেন্তে ডালচেনিৰ গুড়ি খাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। এনে পৰিস্থিতিত দালচেনিৰ চাহ বনাই পান কৰিবও পাৰে।এই কাম কৰিলে ব্লাড ছুগাৰৰ মাত্ৰা সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২) জামুঃ  ডায়েবেটিছ ৰোগীয়ে জামু খাব লাগে। যদি আপুনি দৈনিক জামু বীজ সেৱন কৰে, তেতিয়া ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ইয়াৰ বাবে জামুৰ গুটি ভালদৰে শুকুৱাই লওক। এই গুটি শুকুৱাই ভালদৰে পিহি ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰে খাব, এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

৩) তুলসীৰ পাতঃ আমাৰ স্বাস্থ্যৰ বাবে তুলসীক অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। কাৰণ তুলসীত এন্টি অক্সিডেন্ট উপাদান পোৱা যায় যিবোৰ আমাৰ বাবে অতি উপকাৰী। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত দুই-তিনিটা পাত চোবাই খাব লাগে। এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু