--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেব প্লেটফৰ্মৰ বেছিভাগ ৱেব ছিৰিজত এতিয়া ব’ল্ড দৃশ্যই বিদ্যমান। বহুসময়ত যিবোৰ দৃশ্য চিনেমাত দেখুৱাব নোৱাৰি সেই দৃশ্যবোৰ এতিয়া ৱেব ছিৰিজৰ জৰিয়তে দেখুওৱাটো প্ৰায় সম্ভৱ হৈ পৰিছে! সম্প্ৰতি ৱেব ছিৰিজৰ পৃথিৱীত এক পৰিচিত নাম আয়েশা কাপুৰ। বেছিভাগ ৱেব ছিৰিজত ব’ল্ড দৃশ্যত দেখা গৈছে এইগৰাকী অভিনেত্ৰীক। তেওঁৰ ব’ল্ডনেছেই হিট প্ৰতিখন ৱেব ছিৰিজ। ঝোল' আৰু 'চিল ২'ত আকৰ্ষণীয় অন্তৰংগ দৃশ্যৰ চমকেৰে দৰ্শকৰ টোপনি হৰিছে আয়েশাই। কেৱল সেয়াই নহয়, ইয়াৰোপৰি কেইবাখনো ৱেব ছিৰিজত তেওঁক ব’ল্ড দৃশ্যত দেখিবলৈ পোৱা গৈছে। আয়েশা কাপুৰৰ বিষয়ে চৰ্চা হ’লেই, ৱেব ছিৰিজ 'চিয়াপা'ৰ কথা মনলৈ আহে অনুৰাগীৰ। আয়েশা কাপুৰৰ উপৰি এইখন ৱেব ছিৰিজত ছিমৰণ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছিৰিজটো পুত্ৰ-পিতৃৰ মাজৰ মুকলি সম্পৰ্কৰ কাহিনীক লৈ আগবাঢ়ে। এই কাহিনীটোত বহুতো পত্নী আৰু সন্তান থাকিব। আয়েশা কাপুৰক এই ৱেব ছিৰিজটোত বিশেষ ভংগীত দেখিবলৈ পোৱা গৈছে। বৰ্তমান আয়েশা কাপুৰৰ কথা মনলৈ আহিলেই এইখন ৱেব ছিৰিজৰ প্ৰসংগ চৰ্চাৰ আওতালৈ অহাতো স্বাভাৱিক। আয়েশা কাপুৰে ইতিমধ্যে কেইবাটাও ৱেব ছিৰিজত কাম কৰিছে। এই মুহূৰ্তত দৰ্শকৰ মাজত এক পৰিচিত মুখ আয়েশা কাপুৰ। ব’ল্ড অভিনেত্ৰী হিচাপেই বেছিভাগ সময়তে দেখিবলৈ পোৱা গৈছে আয়েশাক। 'পৰী', 'বাবা পাঞ্চ', 'দিল দো'ৰ দৰে একাধিক ৱেব ছিৰিজত অভিনয় কৰিছে এইগৰাকী লাস্যময়ী অভিনেত্ৰীয়ে। লাস্যময়ী ৰূপত ধৰা দিয়া এইগৰাকী অভিনেত্ৰীৰ ব’ল্ডনেছ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু