--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত পুনৰ বলিছে প্ৰেমৰ বতাহ৷শেহতীয়াকৈ অভিনেত্ৰী তমান্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ সম্পৰ্কক লৈ আলোচনা চলি আহিছে। দুয়োকে বহুবাৰ একেলগে দেখা গৈছে। গোৱাত নৱবৰ্ষৰ পাৰ্টিত দুয়োকে একেলগে দেখা গৈছিল। এই সময়ত দুয়োজনে ইজনে সিজনক সাৱটি ধৰা আৰু ইজনে সিজনক চুম্বন কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। তেতিয়াৰ পৰাই তামান্না আৰু বিজয়ৰ সম্পৰ্কৰ বাতৰিয়ে শিৰোনাম দখল কৰে। ইয়াৰ পাছত দুয়োকে একেলগে ডিনাৰ ডেটত আৰু বিমানবন্দৰত দেখা গৈছিল। এতিয়া তমন্নাই প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত এই সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে।

নেটফ্লিক্সৰ ছবি ‘লাষ্ট ষ্ট’ৰীছ ২’ত একেলগে দেখা তমান্না আৰু বিজয়ৰ ঘনিষ্ঠতা নিজেই শ্বুটিংৰ সময়ত বাঢ়িছিল। ফিল্ম কেম্পেইনাৰক দিয়া এক সাক্ষাৎকাৰত তমান্নাই কয়, ‘এজন ব্যক্তি আছে যাৰ প্ৰতি মই বহুত গুৰুত্ব দিওঁ। সেইজনেই মোৰ সুখ-দুখৰ লগৰী"৷

তমান্না ভাটিয়াই নিজৰ সম্পৰ্কক লৈ কয়, ‘মই নাভাবো যে কাৰোবাৰ সহ-অভিনেতা বুলিয়েই আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। মোৰ বহু সহ-অভিনেতা আছে। মই ভাবো যদি কোনোবাই কাৰোবাৰ প্ৰেমত পৰিবলগীয়া হয়, কাৰোবাৰ বাবে কিবা এটা অনুভৱ কৰিবলগীয়া হয়, তেন্তে সেয়া একেবাৰেই অতি ব্যক্তিগত। তেওঁলোকে যি কাম কৰে সেয়া ডাঙৰ কথা নহয়, মানে এইটো হোৱাটো প্ৰয়োজনীয় নহয়।

বিজয় বাৰ্মাৰ সৈতে তমান্না ভাটিয়াৰ সম্পৰ্ক সম্পৰ্কে সোধা প্ৰশ্নত তেওঁ কয়, ‘একদম হয়, তেওঁ (বিজয় ভাটিয়া) এনেকুৱা এজন ব্যক্তি যাৰ লগত মই অতি প্ৰণালীবদ্ধভাৱে সংযুক্ত হৈ আছো। হাই এচিভিং মহিলাৰ এটা সমস্যা হ’ল আমি ভাবো যে সকলোখিনি লাভ কৰিবলৈ আমি বহুত কষ্ট কৰিব লাগিব।'













FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ