--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ মাহৰ পিছত কংগনা ৰাণাৱটে পুনৰ টুইটাৰলৈ ঘূৰি আহিছে৷  পুনৰ টুইট কৰা আৰম্ভ হৈছে৷ 'পাঠান'ৰ মুক্তিৰ দিনাই প্ৰথমবাৰৰ বাবে তেওঁক বিস্ফোৰক এটা টুইট কৰে। 

তেওঁ টুইট কৰি লিখিছে- "এই ইণ্ডাষ্ট্ৰিটো মূৰ্খৰ ঠাই। ইয়াত লেতেৰাৰ বাহিৰে আন একো নাই। এখন চিনেমা কিমান ভাল, ইয়াক ধনৰ হিচাপত জোখা হয়। তেন্তে শিল্পৰ আৰু কি প্ৰয়োজন? পুতৌ হৈছে৷’’

কংগনাই বক্স অফিচৰ লাভ আৰু লোকচানৰ সৈতে উদ্যোগটোত চলচ্চিত্ৰৰ বিচাৰ কৰাৰ প্ৰৱণতাৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ অৱশ্যে 'পাঠান' ভাল নে বেয়া সেই সন্দৰ্ভত ব্যক্তিগত মতামত দিয়া নাই৷

উল্লেখ্য যে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ ঘৃণামূলক ভাষণৰ বাবে একাধিকবাৰ বিতৰ্কৰ মাজলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে বাৰে বাৰে টুইটাৰৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ২০২১ চনৰ মে মাহত কংগনা ৰাণাৱটৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰা হৈছিল। এতিয়া পুনৰ ঘূৰি আহিছে কুইন কংকনা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement