--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিখ্যাত কাপুৰ পৰিয়ালৰ পুত্ৰ তেওঁ। বলীউডতে সৰুৰে পৰা ডাঙৰ হৈছে। তথাপিও অভিনেতা অৰ্জুন কাপুৰ কেতিয়াবা বলীউডত 'শ্বাসৰুদ্ধ' পৰিস্থিতিৰ মুখামুখি হয়। শেহতীয়া ছবি 'কুট্টে'ৰ মুক্তিৰ পূৰ্বে অৰ্জুনে এই বিস্ফোৰক স্বীকাৰোক্তি দিছে।

অৰ্জুনে কয়, "এই উদ্যোগত থাকিবলৈ আপুনি সৰলভাৱে থাকিব নোৱাৰে, আপুনি যথেষ্ট ভাও ধৰি থাকিব লাগিব। ইয়াৰ ফলত স্বকীয়তা হেৰাই যায়।"

"ইশ্কজাদে"খ্যাত অভিনেতাজনে দাবী কৰে যদি তেওঁ উদ্যোগটোৰ বিষয়ে সকলো সত্য কথা কয়, তেন্তে তেওঁ বলিউডৰ পৰা হেৰাই যাব! 

উল্লেখ্য যে কেইবাখনো ছৱিত অভিনয় কৰি অভিনেতাগৰাকীয়ে সফলতা লাভ কৰিলেও শেহতীয়া ছৱিসমূহে বক্স অফিচত মুখ ঠেঁকেচা খাইছে। তেওঁৰ ব্যক্তিগত জীৱনত মালাইকা অৰোৰাৰ সৈতে সম্পৰ্কৰ বাবেও সামাজিক মাধ্যমত ট্ৰ'ল কৰা হৈ আহিছে।

কিন্তু তথাপিও মালাইকাৰ স’তে মধুৰ মুহূৰ্ত কটাই আহিছে অৰ্জুনে। শেহতীয়া ছৱি 'কুত্তে’ৰ বাবেও আশাবাদী অভিনেতাজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে