--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ শেষত হৃত্বিক ৰোছনক প্ৰেয়সী চাবা আজাদৰ সৈতে চুইজাৰলেণ্ড ভ্ৰমণ কৰা দেখা গৈছিল৷ ঠিক সেইদৰে অভিনেতাজনৰ প্ৰাক্তন পত্নী চুজানকো প্ৰেমিক আৰ্ছলান গনিৰ গোৱাত দেখা গৈছিল। এইসমূহৰ পাছত এইবাৰ প্ৰাক্তন পত্নী চুজানৰ প্ৰেমিক আৰ্ছলান গনিৰ স’তে একেলগে চেল্ফী তোলা দেখা গ’ল হৃত্বিকক৷

জানুৱাৰী ১০ তাৰিখে আৰ্ছলানে হৃত্বিকক তেওঁৰ ৪৯ তম জন্মদিনৰ শুভেচ্ছা জনাই এখন ফটো পোষ্ট কৰিছিল। য'ত হৃত্বিকক তেওঁৰ প্ৰাক্তন পত্নীৰ বৰ্তমানৰ প্ৰেমিকক আলিঙ্গন কৰি থকা দেখা যায়। চেল্ফীখন এটা পাৰ্টিত লোৱা হৈছিল। তেওঁলোকৰ পিন্ধনত  প্ৰায় একে পোছাক।

তাৰপাছতে অনুৰাগীসকলৰ মাজত তীব্ৰ চৰ্চা চলিছে৷ সকলোৱে উপলব্ধি কৰিছে দুয়োজনৰ মাজত শত্ৰুতাৰ কোনো লক্ষণ নাই, বৰঞ্চ বন্ধুত্বহে আছে৷

আনকি বিবাহ বিচ্ছেদৰ পাছতো প্ৰাক্তন যুটি হৃত্বিক-চুজান এতিয়াও শিৰোনামাত আছে। হৃতিকে এই বছৰ তেওঁৰ জন্মদিনতে চাবা আজাদৰ স’তে বিবাহৰ খবৰ দিছিল। চুজানৰ পৰা পৃথক হোৱাৰ পিছত চাবা আজাদে হৃত্বিকৰ জীৱনত বসন্তৰ স্পৰ্শ আনিছিল।  তেওঁলোকে ইতিমধ্যে একেলগে থাকিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক