--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বন্ধ কৰা হওক কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ একাউণ্ট। কংগ্ৰেছৰ উপৰিও ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ টুইটাৰ একাউণ্টটোও বন্ধ কৰা হওক। এই নিৰ্দেশ জাৰি কৰিছে বাংগালুৰুৰ এখন আদালতে।

আদালতৰ এই নিৰ্দেশৰ মূলতে আছে কংগ্ৰেছৰ বিৰুদ্ধে কেজিএফ-২ চিনেমাখনৰ এটি জনপ্ৰিয় গানৰ কপিৰাইট ভংগৰ অভিযোগ। চিনেমাখনৰ সংগীত নিৰ্মাণকাৰী সংস্থা এমআৰটি মিউজকৰ মেনেজাৰ নবীন কুমাৰৰ এখন আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰিছে।

আদালতে দিয়া নিৰ্দেশ অনুযায়ী সাময়িকভাৱে কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ টুইটাৰ একাউণ্টটো বন্ধ কৰি ৰখা হওক।

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ এটা ভিডিঅ’ত ৰাহুল গান্ধীক লৈ কেজিএফ-২ৰ এটা গান ব্যৱহাৰ কৰা হৈছিল। তাৰপাছতে সংগীত নিৰ্মাণকাৰী সংস্থাটোৱে গোচৰ তৰে।

সংস্থাটোৱে তিনিজনকৈ কংগ্ৰেছ নেতা- ৰাহুল গান্ধী, জয়ৰাম ৰমেশ আৰু সুপ্ৰিয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক