--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পিচুৱাই দিয়া হ’ল ‘আদিপুৰুষ’ৰ মুক্তিৰ তাৰিখ। দক্ষিণ ভাৰতৰ চুপাৰষ্টাৰ প্ৰভাস অভিনীত বলিউডৰ ছৱিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছত ব্যাপক ট্ৰ’ল-সমালোচনাৰ সন্মুখিন হৈছিল। তাৰপাছতে সোমবাৰে ছৱিখনৰ পৰিচালক ওম ৰাউটে এটা বিবৃত্তি প্ৰকাশ কৰি মুক্তি পিচুৱাই দিয়াৰ কথা ঘোষণা কৰিছে।

পৰিচালকগৰাকীয়ে লিখিছে যে আদিপুৰুষ কেৱল এখন ছৱিয়েই নহয়, বৰঞ্চ প্ৰভু শ্ৰীৰাম আৰু আমাৰ সংস্কৃতি আৰু ইতিহাসৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিফলন। সেয়ে দৰ্শকক ডাঙৰ পৰ্দাত সুন্দৰ অভিজ্ঞতা দিবলৈ ছৱিখনত আৰু সময় দিব লাগিব।

সেইমৰ্মে মুক্তিৰ তাৰিখ ১৬ জুন ধাৰ্য কৰা হৈছে। পৰিচালকগৰাকীয়ে কয় যে তেওঁলোকে এনে এখন চিনেমা নিৰ্মাণ কৰিব, যাৰ দ্বাৰা দেশ গৰ্বিত হ’ব।

‘ৰামায়ণ’ৰ কাহিনীক ভিত্তি কৰি নিৰ্মাণ কৰা বিগ বাজেটৰ ছৱিখনত প্ৰভাসৰ উপৰিও চঈফ আলি খান, কৃতি সাননেও অভিনয় কৰিছে। ছৱিৰ টিজাৰ মুক্তি পোৱাৰ পাছতে নিৰ্মাণশৈলীক লৈ ব্যাপক সমালোচনাৰ জোৱাৰ উঠিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক