--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে বন্ধ্যাত্বৰ সমস্যা বাঢ়িছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ প্ৰতি ছয় দম্পতীৰ ভিতৰত এটা দম্পতি সন্তানহীন। এই সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক সক্ৰিয় হ’বলৈ প্ৰতিখন দেশক এই সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

WHOৰ প্ৰতিবেদন অনুসৰি ১৯৯০ চনৰ পৰা ২০২১ চনলৈকে ১৭.৫ শতাংশ লোকে গৰ্ভধাৰণ কৰিব পৰা নাছিল। এই প্ৰসংগত ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ সচিব টেড্ৰছ আধানম গেব্ৰেইছাছে কয় যে স্বাস্থ্য গৱেষণা আৰু স্বাস্থ্য নীতিত বন্ধ্যাত্বৰ সমস্যাৰ ওপৰত অধিক আলোচনাৰ প্ৰয়োজন আছে।

‘হু’ৰ মতে বন্ধ্যাত্ব এক ৰোগ। পুৰুষ বা মহিলা যিয়েই নহওক কিয়, যিকোনো ব্যক্তিয়েই এই সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ভাৰতৰ ইণ্ডিয়ান ছ’চাইটি অৱ এচিষ্টেড ৰিপ্ৰডাকচনৰ হিচাপ অনুসৰি এই দেশত নিঃসন্তান দম্পতীৰ সংখ্যাও বৃদ্ধি পাইছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি ২০১৯ চনত দেশত নিঃসন্তান দম্পতীৰ সংখ্যা আছিল ২ কোটি ৭৫ লাখ। অৱশ্যে হুৱে ভাবে যে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস