--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰ্বছ বিলিয়নাৰৰ ২০২৩ চনৰ তালিকাত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান পুনৰ লাভ কৰিছে ভাৰতৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীয়ে৷ ইয়াৰ উপৰি মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে ৪ এপ্ৰিলত প্ৰকাশ পোৱা ফৰ্বছৰ বিলিয়নাৰ ২০২৩ তালিকাত সকলোতকৈ ধনী ক্ৰীড়া দলৰ মালিক হিচাপে পৰিগণিত হৈছে।

লছ এঞ্জেলছ ক্লিপাৰ্ছৰ মালিক ষ্টিভ বালমাৰক পাছ পেলাই শীৰ্ষস্থান দখল কৰে আম্বানীয়ে। 

২০২৩ চনৰ ১০ মাৰ্চ তাৰিখে যেতিয়া ফৰ্বছে ২০২৩ চনৰ বিশ্ব বিলিয়নাৰ তালিকাৰ বাবে নেট ৱৰ্থ লক কৰিছিল, তেতিয়া আম্বানীৰ সম্পত্তি আছিল ৮৩.৪ বিলিয়ন ডলাৰ, আনহাতে বালমাৰৰ সম্পত্তি আছিল ৮০.৭ বিলিয়ন ডলাৰ। বালমাৰ এতিয়া পৃথিৱীৰ দ্বিতীয় আটাইতকৈ ধনী ক্ৰীড়াদলৰ মালিক। 

শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগত ফ্ৰেঞ্চাইজি ক্ৰয় কৰা ৰিলায়েন্সে দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ এমেৰিটাছৰো ক্ৰিকেট দলৰ মালিক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস