--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ "চীনা মন্তব্য"ৰ বাবে কংগ্ৰেছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণ কৰে। এআইচিচিৰ মুখপাত্ৰ পৱন খেদাই অভিযোগ কৰে যে জয়শংকৰৰ পুত্ৰয়ো  চীনৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে।

এক সংবাদমেল সম্বোধন কৰি পৱনে কয়, "থিংক টেংকৰ মুৰব্বী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ পুত্ৰই চীনা দূতাবাসৰ পৰা বিত্তীয় অনুদান লাভ কৰিছে। তেওঁ লগতে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত ভাৰতীয় সেনাৰ 'মাউণ্টেইন ষ্ট্ৰাইক কৰ্পছ'ক অৰুণাচললৈ প্ৰেৰণ কৰা হৈছে  যদিও ইউপিএৰ  শাসনতেই  হিমালয়ৰ কাষৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) সম্ভাৱ্য চীনা আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ প্ৰচেষ্টা আৰম্ভ হৈছিল।

৯ ডিচেম্বৰত চীনা সৈন্যৰ আক্ৰমণ আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এলএচিত ভাৰতীয় সৈন্যৰ সৈতে তেওঁলোকৰ সংঘৰ্ষ সন্দৰ্ভত সংসদত আলোচনাৰ দাবীত কংগ্ৰেছে  প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু মোদী চৰকাৰে এই  কথাত  সন্মত হোৱা নাই। যোৱা সপ্তাহত শ্বাহে অভিযোগ কৰিছিল যে ৰাজীৱ গান্ধী ফাউণ্ডেচনে ২০০৫-০৬ আৰু ২০০৬-০৭ বিত্তীয় বৰ্ষত চীনা দূতাবাসৰ পৰা অনুদান হিচাপে ১.৩৫ কোটি টকা লাভ কৰিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক