--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড আৰু টিভি অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ জোৱাৰৰ সৃষ্টি হৈছিল।বৈভৱীৰ পৰিয়াল আৰু বন্ধু-বান্ধৱী আৰু আত্মীয়ই এতিয়াও মানি ল’ব পৰা নাই যে বৈভৱী এই পৃথিৱীত নাই। ইফালে বৈভৱীৰ প্ৰেমিক তথা ভাবী স্বামী জয় গান্ধীয়ে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটো ইমানেই আৱেগিক যে পঢ়াৰ পিছত চকুলো ওলাব পাৰে।

জয়ে লিখিছে, UNTIL WE MEET AGAIN….
Those special memories of you will always bring a smile if only I could have you back for just a little while, then we could sit and talk again just like we used to do.
You always meant so very much and always will do too.
The fact that you are no longer here will always cause me pain, but you are forever in my heart UNTIL WE MEET AGAIN….
R I P my love


জয় গান্ধীয়ে এই পোষ্টটোৰ লগতে বৈভৱী আৰু নিজৰ ফটো এখনো শ্বেয়াৰ কৰিছে, য'ত দুয়োকে খুব সুখী যেন লাগিছে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জয় আৰু বৈভৱীৰ বাগদান হৈছিল আৰু ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ হোৱাৰ কথা আছিল, যাৰ বাবে প্ৰস্তুতি চলি আছিল। বৈভৱীয়ে পাহাৰলৈ গৈ ছুটীৰ দিন কটাবলৈ ভাল পাইছিল, সেয়েহে কিছুদিন আগতে তেওঁ আৰু জয় হিমাচল ভ্ৰমণলৈ গৈছিল। বৈভৱীয়ে এই ভ্ৰমণৰ কিছু ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ২৩ মে’ত দুয়োজনে কুল্লুৰ ওচৰত গাড়ী চলাই গৈ থকা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষৰ হোৱাত তেওঁলোকৰ গাড়ীখন ৫০ ফুট দ গাঁতত পৰি যায়। এই দুৰ্ঘটনাত বৈভৱীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে জয় সামান্য আঘাতপ্ৰাপ্ত হয়।















FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?