--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান শেষ মুহূৰ্তত বাতিল কৰা হৈছে। তেওঁ মঙলবাৰে তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ কথা আছিল। অৱশ্যে, মহাকাশলৈ যাত্ৰা কৰাৰ পূৰ্বেই  তেওঁৰ যাত্ৰা যাত্ৰা পিছুৱাই দিয়া হয়। পূৰ্ব পৰিকল্পিত অভিযান কিয় স্থগিত কৰা হৈছে এই মহাকাশ অভিযান পুনৰ কেতিয়া হ'ব? বিজ্ঞানীসকলে কি কয়? সোমবাৰে নিশাই মহাকাশচাৰী কঢ়িয়াই নিয়া কেপচুলটো কক্ষপথলৈ উৎক্ষেপণৰ বাবে সাজু কৰা হৈছিল। 

কিন্তু  এটলাছ ভি ৰকেটখনত দেখা দিয়া  কাৰিকৰী বিজুতিৰ বাবে বোয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত প্ৰথম ক্ৰুড পৰীক্ষামূলক উৰণ কমেও ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল। সেয়ে মহাকাশচাৰীসকলক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) লৈ যোৱা চিএছটি-১০০ ষ্টাৰলাইনাৰৰ এই  যাত্ৰা  আৰম্ভনিতে থমকিবলগীয়া হয়।  

 উল্লেখ্য  ২০১৯ চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ষ্টাৰলাইনাৰৰ প্ৰথম আনক্ৰুড ফ্লাইট  প্ৰেৰণৰ প্ৰচেষ্টাও বিফল  হৈছিল। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। এই বিষয়ত শেহতীয়া সকলো খবৰ আমি আপোনাক জনাই থাকিম। মাথো চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক