--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টুইটাৰত হ্ৰাস পাইছে বিজ্ঞাপনৰ হ্ৰাস৷ শেহতীয়াকৈ টুইটাৰৰ আগশাৰীৰ ১,০০০ বিজ্ঞাপনদাতা প্ৰতিষ্ঠানৰ ভিতৰত আধাতকৈও বেছি প্ৰতিষ্ঠানটোৱে মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোলৈ বিজ্ঞাপন দিয়া বন্ধ কৰিছে৷ 

বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ২৫ জানুৱাৰীলৈ টুইটাৰৰ আগশাৰীৰ ১,০০০টা বিজ্ঞাপনদাতা প্ৰতিষ্ঠানৰ ৬২৫টাই টুইটাৰত বিজ্ঞাপন দিয়া বন্ধ কৰিছে৷ বিজ্ঞাপন বন্ধ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে কোকা-কোলা, ইউনিলিভাৰ, জীপ, ৱেলছ ফাৰ্গ’ আৰু মাৰ্ক৷ 

বিজ্ঞাপন হ্ৰাসৰ ফলত বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ২৫ জানুৱাৰীলৈ টুইটাৰৰ ৰাজহ প্ৰায় ১২৭ মিলিয়ন ডলাৰৰ পৰা ৬০ শতাংশ হ্ৰাস পায়৷ উল্লেখযোগ্য যে, অক্টোবৰৰ শেষৰফালে টুইটাৰ ক্ৰয় কৰিছিল ইলন মাস্কে৷ অৱশ্যে, এতিয়া তেওঁ বিজ্ঞাপনদাতাসকলক পুনৰ আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ