--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই শেহতীয়াকৈ অতি গোপনে বৃন্দাবনলৈ গৈছে৷ কিন্তু সাংবাদিকৰ চকুৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰিলে৷   শেহতীয়া খবৰ অনুসৰি বৃন্দাবনত মন্দিৰ দৰ্শন কৰিয়েই  নতুন বছৰটো আৰম্ভ কৰিছে'বিৰুষ্কা'ই । 

দম্পতীহালে  বৃন্দাবন ভ্ৰমণত সম্পূৰ্ণ  গোপনীয়তা অৱলম্বন কৰিছে৷ মানুহৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পৰাৰ বাবেই হয়তো তেওঁলোকে তেনে কৰিছে৷সাধাৰণতে তেওঁলোকৰভ্ৰমণত প্ৰায়ে   গোপনীয়তা অৱসম্বন কৰা হয়।তেওঁলোকে  বুধবাৰে বৃন্দাবনৰ দৰে তীৰ্থস্থানত উপস্থিত হৈছিল। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ধৰ্মীয় গুৰু নিম কাৰোলী বাবাৰ আশ্ৰমত দেখা গৈছিল। কাৰোলী বাবাৰ আশীৰ্বাদ লৈয়েই 'বিৰুষ্কা'ই নতুন বছৰ আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ কোনো লোককে সেই সময়ত মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল । জানিব পৰা মতে বিৰাট আৰু অনুষ্কাই প্ৰায় এঘণ্টা আশ্ৰমত কটায়। তেওঁলোকে আশ্ৰমত  ধ্যানো কৰে। ইয়াৰ উপৰি তেওঁলোকে আনন্দময়ী আশ্ৰমো দৰ্শন কৰে৷তেওঁলোকে এতিয়া  মথুৰাৰ এখন বিলাসী হোটেলত আছে বুলি জানিব পৰা গৈছে৷

দৰাচলতে বিৰাট-অনুষ্কা নতুন বছৰ উদযাপন কৰিবলৈ ডুবাইলৈ গৈছিল। তাৰ পৰাই তেওঁলোকে তেওঁলোকৰ অনুৰাগীসকলৰ বাবে  কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল। ডুবাইৰ পৰাই তেওঁলোকে বৃন্দাবনলৈ আহে৷ অনুষ্কাই অলপতে 'চকদাহা এক্সপ্ৰেছ'ৰ দৃশ্যগ্ৰহণ শেষ কৰিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক