--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএইবাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা প্ৰেমত পৰিছে অমিতাভ  বচ্চনৰ নাতিয়েকৰ!  খবৰ অনুসৰি অমিতাভৰ জীয়ৰী শ্বেতাৰ সুহানাৰ সৈতে তেওঁৰ পুত্ৰৰ সম্পৰ্কত  সম্পূৰ্ণ সন্মতি আছে। সুহানা আৰু অগস্ত্যক অলপতে কাপুৰ পৰিয়ালৰ খ্ৰীষ্টমাছ উদযাপনৰ অনুষ্ঠানত  একেলগে দেখা গৈছিল। 

সুহানা খান আৰু অগষ্ট্য নন্দা নতুন বছৰত বলীউডৰ  নতুন যুটি!  শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খান আৰু বচ্চন কন্যা শ্বেতাৰ পুত্ৰ অগস্ত্য নন্দাই শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। জয়া আখটাৰৰ 'দ্য আৰ্চিছ'ৰ ছেটতে দুয়োৱে হিয়াৰ আদান-প্ৰদান কৰা বুলি খবৰ ওলাইছে।


বচ্চনৰ জীয়ৰী শ্বেতাই ৰণধীৰ কাপুৰৰ ভগ্নী ৰিতু নন্দাৰ পুত্ৰ নিখিল নন্দাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বচ্চন পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই কয় যে ২২ বছৰীয়া অগস্ত্যই খ্ৰীষ্টমাছ উদযাপনত কাপুৰ পৰিয়ালৰ সন্মুখতে সুহানাক তেওঁৰ 'প্ৰেমিকা' হিচাপে পৰিচয় কৰোৱাই দিছিল।উল্লেখ্য অমিতাভ  বচ্চনৰ জীয়ৰী শ্বেতাৰ সৈতে  শ্বাহৰুখ-গৌৰীৰ খুব ভাল সম্পৰ্ক আছে। 

শ্বেতাই ইতিমধ্যে সুহানাক তেওঁৰ ভাবী বোৱাৰী হিচাপে গ্ৰহণ কৰিছে।সুহানা আৰু অগাষ্টিয়াই যোৱা মাহত 'দ্য আৰ্চিছ'ৰ দৃশ্যগ্ৰহণশেষ কৰিছে।  'দ্য আৰ্চিছ কমিক্স'ৰ ওপৰত আধাৰিত ছবিখন অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি দিয়া হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক