--°C
Loading...
Listen to Article
2 min read
80%
২০ ফেব্ৰুৱাৰী,২০২২, দেওবাৰ মেষঃ দিনটো সাৱধানে চলিব। কাৰোবাৰ পৰা মনত কষ্ট পাব পাৰে। পৰিয়ালক লৈ চিন্তা। শিক্ষাৰ্থীৰ শুভ। বৃষঃ সংসাৰত শুভ। আনৰ মৰম-সমাদৰ পাব। ঘৰলৈ অতিথি আহিব পাৰে। ভ্ৰমণত শুভ। মিথুনঃ কাম-কাজক লৈ চিন্তা। কোনোবাই প্ৰতাৰণা কৰিব পাৰে। প্ৰেমক লৈ সুখী হব। ঘৰুৱা শান্তি বৰ্তি থাকিব। কৰ্কটঃ ব্যৱসায়ত উন্নতি। কাৰোবাৰ উন্নতি দেখি আপোনাৰ ঈৰ্ষা জন্মিব পাৰে। প্ৰেমত কাজিয়া। মাতৃক লৈ চিন্তা। সিংহঃ জুইৰ পৰা সাৱধান ভয়। আনৰ পৰা প্ৰশংসা পাব। কৰ্মক্ষেত্ৰত শুভ। প্ৰেমত মধ্যম। কন্যাঃ বিবাহৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ বাবে উত্থানৰ দিন। স্বামী-স্ত্ৰীৰ মধ্যম। শিক্ষাৰ্থীৰ পঢ়াত মন নবহিব। তুলাঃ নতুন বাহন ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। কামত মন নবহিব। ভাল খাদ্য খাবলৈ পাব। প্ৰেমত সন্দেহ বৃদ্ধি। বৃশ্চিকঃ মনৰ অশান্তি দূৰ হব। ব্যয় বৃদ্ধি। পৰিয়ালত শান্তি। বন্ধুৰ সৈতে সংগ উপভোগ কৰি সুখী হব। ধনুঃ শিল্পী-সাহিত্যিকৰ শুভ। বাহিৰা বস্তু খোৱা বৰ্জন কৰক। মনৰ দৃঢ়তা বৃদ্ধি। প্ৰেমত মধুৰতা। মকৰঃ নিজৰ স্বাস্থ্যক গুৰুত্ব দিয়ক। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা। বেলেগৰ কথাত মনোযোগ নিদিব। কৰ্মক্ষেত্ৰত শুভ। কুম্ভঃ সন্তানৰ চিন্তা দূৰ হব। পঢ়া-শুনাত ৰাপ বাঢ়িব। মনৰ শান্তি ঘূৰি আহিব। আধ্যাত্মিক চিন্তাত মনোযোগ দিয়ক। মীনঃ খং নিয়ন্ত্ৰণ কৰক। প্ৰতিভা বিকাশৰ সুযোগ পাব। প্ৰেমাস্পদক লগ পাব। ব্যৱসায়ত লোকচান। আৰু পঢ়কঃ গোবিন্দাৰ বোৱাৰী হ’ব অজয়-কাজলৰ কন্যা ন্যাসা !

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা