--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ষান্তত আহি পৰিছে এক দুখৰ খবৰ৷ অনুৰাগীসকলৰ প্ৰাৰ্থনা, চিকিৎসকসকলৰ প্ৰচেষ্টা সকলো বিফল কৰি  প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ শনিবাৰে  মৃত্যু হয়। ভেটিকানৰ সূত্ৰই এই খবৰ নিশ্চিত কৰিছে৷  

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। তেওঁ ভেটিকানতেই শেষ নিশ্বাস ত্যাগ কৰে৷  পোপ ফ্ৰান্সিছে অসুস্থ বেনেডিক্টৰ অহৰহ খবৰ লৈ আছিল৷  নৱবৰ্ষৰ আৰম্ভনি হ’বলৈ কেইটাম ঘণ্টা বাকী থাকোতেই প্ৰাক্ন পোপগৰাকীৰ মৃত্যুত শোকাহতহৈ পৰিছে  ভেটিকান চিটিৰ বাসিন্দাসকল৷  প্ৰাক্তন পোপৰ মৃত্যুত ভেটিকানে গভীৰ  শোক প্ৰকাশ কৰিছে। 

এক বিবৃতিত ভেটিকানে এইদৰে কৈছে: "আমাৰ হৃদয় গভীৰভাৱে ব্যথিত । তীব্ৰ  বেদনাৰ  আপোনালোকক জনাইছো যে আমাৰ শ্ৰদ্ধেয় পোপ এমিৰিটাছ ষোড়শ বেনেডিক্টৰ আজি পুৱা ৯:৩০ বজাত মৃত্যু হয়। এই বিষয়ে সবিশেষ  পিছত ঘোষণা কৰা হ'ব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ